Friday, 17 September 2021

আজি গোলাঘাটৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় ৷

 আজি গোলাঘাটৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় ৷


গোলাঘাটৰ অগ্নি ওআপদকালীন সেৱা কেন্দ্ৰ ; জিলা পৰিবহন বিভাগৰ কায্যালয় ;  বাছ আস্থান ; সাংবাদিকসংস্হাৰ কায্যালয় ; আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত শ্ৰী শ্ৰী বিশ্বকৰ্মা প্ৰতিমূৰ্তিৰ আগত পূজা অৰ্চনা কৰা হয় ৷ :: 


ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।