Sunday, 8 August 2021

অহা ইং ০৯/০৮/২০২১ তাৰিখে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথম আৰু দ্বিতীয় পালি ক'ভিড-১৯ ৰ প্ৰতিষেধক(COVISHIELD) ৰ লগতে COVAXIN ৰ দ্বিতীয় পালি

অহা ইং ০৯/০৮/২০২১ তাৰিখে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত  প্ৰথম আৰু দ্বিতীয় পালি ক'ভিড-১৯ ৰ প্ৰতিষেধক(COVISHIELD) ৰ লগতে COVAXIN ৰ দ্বিতীয় পালি নগাঁও জিলাৰ বিভিন্ন অঞ্চলত তলত উল্লেখ কৰা স্থানত প্ৰদান কৰিব।   ইয়াৰ বাবে ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোকে Online অথবা On spot পঞ্জীকৰন কৰিব পাৰিব।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...