Sunday, 8 August 2021

Breaking News

Breaking News

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত "MyGov Corona Helpdesk" ত নতুনকৈ সংযোজন কৰা   এক বৈশিষ্ট্য অনুসৰি ক'ভিড -১৯ ৰ প্ৰতিষেধক টীকাকৰণৰ প্ৰমাণ পত্ৰ  পোনপটীয়াকৈ নিজৰ Whatsapp নম্বৰতে লাভ কৰিব পৰা যাব । নিজৰ Whatsapp নম্বৰৰ পৰা ৯০১৩১৫১৫১৫ নম্বৰত "Covid Certificate" লিখি বাৰ্তা পঠাওক আৰু CoWIN ৱেবছাইটত পঞ্জীয়ন কৰা নম্বৰত লাভ কৰা OTP সংযোগ কৰি নিমিষতে লাভ কৰক নিজৰ ক'ভিড -১৯ ৰ প্ৰতিষেধক টীকাকৰণৰ প্ৰমাণ পত্ৰ । CoWIN ৱেবছাইটত পূৰ্বে যিসকলে পঞ্জীয়ন কৰি ৰাখিছিল তেওঁলোকে লগে লগেই এই প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...