Tuesday, 3 August 2021

গোলাঘাটৰ ক’ভীড-১৯ প্ৰতিষেধক কেন্দ্ৰত যোগানধৰা খাদ্যত শিখৰৰ ফলা পেকেট ৷

 গোলাঘাট ব্ৰেকিং ----


গোলাঘাটৰ ক’ভীড-১৯ প্ৰতিষেধক কেন্দ্ৰত যোগানধৰা খাদ্যত শিখৰৰ ফলা পেকেট ৷



 গোলাঘাটৰ ষ্টেডিয়ামত থকা ক’ভীড-১৯ ৰ প্ৰতিষেধক কেন্দ্ৰত মঙ্গলবাৰে যোগানধৰা দুপৰিয়াৰ আহাৰৰ পেকেট খোলোতেই পেকেটত থকা খাদ্যৰ মাজত ওলাল শিখৰৰ ফলা পেকেট ৷ এই দৃশ্য দেখাপাই প্ৰতিষেধক কেন্দ্ৰত থকা কৰ্মচাৰীৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়া ৷ আৰু খাদ্যনোখোৱাকৈ দায়িত্ব পালন কৰিবলগা হয় চিকিৎসা কৰ্মী সকলে ৷ এই কেন্দ্ৰটোত চিৰঞ্জীৱ নামৰ এজন লোক খাদ্য যোগানৰ দায়িত্বত আছিল বুলি ডা° সুনিতা এক্কাই জানিবলৈ দিছে ৷ 


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...