Friday, 6 August 2021

ছেবাই জাৰি কৰিছে এক সংশোধিত অধিসূচনা।

ছেবাই জাৰি কৰিছে এক সংশোধিত অধিসূচনা। 
২০২১-২২ বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ অভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত । এই অধিসূচনা অনুসৰি অহা ১৬ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো গোট পৰীক্ষা শিক্ষানুষ্ঠানসমূহক সুবিধা অনুযায়ী অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে পৰীক্ষাৰ মূল্যাংকন সন্দৰ্ভতো প্ৰকাশ কৰা হৈছে নতুন নিৰ্দেশনাৱলী।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...