Monday, 9 August 2021

১০ আগষ্টৰ পৰা সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলবৎ থাকিব৷

১০ আগষ্টৰ পৰা সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে বলবৎ থাকিব৷
 ১০ আগষ্টৰ পৰা কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান, সকলো দোকান পোহাৰ, ৰেষ্টোৰেন্ট,ধাবা আদি বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব৷

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...