Saturday, 14 August 2021

স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনৰ উদ্যোগত ; নেহেৰু যুৱকেন্দ্ৰ আৰু ৰাইজৰ সহযোগত শনিবাৰে দুটাকৈ ৰাজহুৱা কায্যসূচী সম্পন্ন কৰা হয় ৷

 গোলাঘাটত নেহেৰু যুৱকেন্দ্ৰ আৰু পায়নিয়াৰ ফাউণ্ডেচনে অনুষ্ঠিত কৰিলে দুটাকৈ কায্যসূচী


স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনৰ উদ্যোগত ; নেহেৰু যুৱকেন্দ্ৰ আৰু ৰাইজৰ  সহযোগত শনিবাৰে দুটাকৈ ৰাজহুৱা কায্যসূচী সম্পন্ন ক


ৰা হয় ৷ গোলাঘাটৰ নতুন আমোলাপট্টিৰ দহনং ৱাৰ্ডত পুৱা প্ৰথমটো কায্যসূচীত চচ্ছ তাৰ পষেক কায্যসূচীৰ অংশ হিচাপে পথৰ কাষৰ নলা আৰু যাৱৰ যোথৰ অপতৃণ চাফাকৰা হয় ৷ ইয়াৰ পিছতে

 পাতলীয়া আহাৰৰ গ্ৰহণ কৰি

ক’ভীড-১৯ ৰ সজাগতাৰ বাবে হাতধোৱা চেনিটাইজাৰ ; হেণ্ডগ্ল’ৱছ আৰু মাস্ক বিতৰণ

 কৰা হয় ৷ ক’ভীড-১৯ ৰ সকলো নিয়ম নীতি পালন কৰি অনুষ্ঠিত কৰা এই কায্যসূচীত নেহেৰু যুৱকেন্দ্ৰৰ APA অৰুণ চক্ৰৱৰ্তী ;  সংগঠনটোৰ সভাপতি প্ৰকাশ শৰ্মা ; সম্পাদক সুশান্ত শৰ্মা তামুলী আৰু সকলো সদস্য উপস্থিত আছিল ৷ 


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...