19 July, 2021
ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ২০/০৭/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন বিভাগৰ বিভাগীয় কৰ্মচাৰী সকল, কাৰাগাৰৰ কাৰাবন্দী সকল তথা ক'মৰ্বিদিতি ৰোগীসকল ইত্যাদিৰ দৰে ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India