Thursday, 22 July 2021

অহা ইংৰাজী ২৩/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

22 July, 2021

অহা ইংৰাজী ২৩/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত চাহবাগিছাত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি আৰু দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰেও প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰথম পালি টীকা গ্ৰহণ কৰা যিসকলৰ ৮৪ দিন অতিক্ৰম কৰিলে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতি সুষ্ঠ মনৰ

।।জয় মা আৰু প্ৰকৃতি।।   মানৱ জাতি সুষ্ঠ মনৰ যদি অধিকাৰী নহয়, তেতিয়া হলে সমগ্র মানৱ জাতি তথা প্ৰকৃতি, জীৱকোলৰ কল্যাণ অসম্ভৱ। সেৱাৰে। মা আ...