Saturday, 24 July 2021

অহা ইংৰাজী ২৫/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন ক'মৰ্বিদিতি ৰোগীসকল, গ্ৰাম্যাঞ্চলৰ লোকসকল, চাহ অধ্যুষিত অঞ্চলসমূহৰ বাসিন্দা সকল, গ্ৰাম্য অঞ্চলত আৱৰ্জনা সংগ্ৰহকাৰীসকলৰ উপৰিও সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ সাম্প্ৰদায়িক ৰান্ধনীশালৰ (Community Kitchen) সেৱকসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

24 July, 2021

অহা ইংৰাজী ২৫/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন ক'মৰ্বিদিতি ৰোগীসকল, গ্ৰাম্যাঞ্চলৰ লোকসকল, চাহ অধ্যুষিত অঞ্চলসমূহৰ বাসিন্দা সকল, গ্ৰাম্য অঞ্চলত আৱৰ্জনা সংগ্ৰহকাৰীসকলৰ উপৰিও সকলো ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ সাম্প্ৰদায়িক ৰান্ধনীশালৰ (Community Kitchen) সেৱকসকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক দ্বিতীয় পালি টীকা প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।                👉  অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত  দেখিবা আপোনাতকৈ ধনী...