Monday, 19 July 2021

আৰ্মীত নিযুক্তি বা মকলৰ বাবে প্ৰৱেশ পৰীক্ষা, Common Entrance Exam সম্পৰ্কীয়:

19 July, 2021

আৰ্মীত নিযুক্তি বা মকলৰ বাবে প্ৰৱেশ পৰীক্ষা, Common Entrance Exam সম্পৰ্কীয়:

        মাজুলী জিলাৰ অন্তৰ্গত আৰ্মীত মকৰল হবলৈ ইচ্ছুক প্ৰাৰ্থি সকলক অহা ইংৰাজী ২৫ জুলাই, ২০২১ তাৰিখ দেওবাৰে পুৱা ৩ বজাত, যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হব লগা বাছনি পৰীক্ষাৰ বাবে প্ৰৱেশ প্রত্ৰ (Admit Card) লগত লৈ উক্ত স্হানত উপস্থিত থাকিবলৈ জনাইছে। |

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...