Friday, 23 July 2021

*ফুলৰ বাগিচা*

23 July, 2021

*ফুলৰ বাগিচা*

জীয়াই থাকিবলৈ মানুহে
কি যে কৰা নাই..!
কেতিয়াবা ফুলনিৰ
চাৰিওফালে ফুৰিছা নে ?
আমনি নালাগে,অকণো নালাগে
মনটো বৰ ভাল লাগি যায়,
হৃদয় খন চুই প্রসন্ন
কৰি তোলে,হয় নে ?
আছে জানো এনেকুৱা আমাৰ মাজত;
এজন এজনকৈ মনৰ ভাৱ কৈ যাম,
বৈ যাব ধাৰাবাহিক গতিৰে
প্রিয়জনৰ কথা....
মৰম আৰু স্নেহ যদি নহয় পৱিত্র
জীৱন আমাৰ এই বাগিচাৰ দৰে
হ'ব জানোঁ সুগন্ধিত ?

✍🏻 *নাৰগিছ ইয়াছমিন* (বৰপেটা)
২২/০৭/২০২১

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...