Thursday, 8 July 2021

মাজুলী জিলাৰ সকলো ব্যক্তিৰ সুবিধার্থে জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হব |

08 July, 2021

মাজুলী জিলাৰ সকলো ব্যক্তিৰ  সুবিধার্থে জিলা উপায়ুক্তৰ  নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হব |

1) ৰূপক মেডিকেল ষ্টোৰ,
ৰাৱনাপাৰা , ৮৭৬১০৭২১০৬

2) অনুপমা মেডিকেল, 
গড়মূৰ, ৭০৮৬৪১২১৮৫ 

3) অৰ্নৱ ফাৰ্মাচিউটিকেল, 
ফুলনি চাৰিআলি , ৬০০২৩৪৪৮৫৪

ইয়াৰ উপৰিও জিলা প্ৰশাসনে ব্যৱস্থা কৰা জিলা আপাতকালীন কেন্দ্ৰ নম্বৰ -১০৭৭ (টোল  ফ্ৰি) আৰু দূৰভাষ- ৭৬৩৫৯৬১৫২২ নম্বৰত যোগাযোগ কৰিব পাৰিব |

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...