Wednesday, 28 July 2021

দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত শ্ৰী হেমেন দাসে আজি এক নিৰ্দেশনাযোগে হোজাই জিলাৰ অন্তৰ্গত বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ জয়নগৰ গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব (কৰ সংগ্ৰাহক) জাকিৰ আহমেদ বৰভূঞাক চাকৰিৰ পৰা তৎকালীনভাৱে বলবৎ হোৱাকৈ নিলম্বিত কৰিছে।

28 July, 2021

দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত
 মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত শ্ৰী হেমেন দাসে আজি এক নিৰ্দেশনাযোগে হোজাই জিলাৰ অন্তৰ্গত বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ জয়নগৰ গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব (কৰ সংগ্ৰাহক) জাকিৰ আহমেদ বৰভূঞাক চাকৰিৰ পৰা তৎকালীনভাৱে বলবৎ হোৱাকৈ নিলম্বিত কৰিছে।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...