06 July, 2021
আজি সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্র সন্থাৰ সভাপতি অজিত বৰা আৰু সাধাৰণ সম্পাদক দীপাংকৰ হেমৰম সন্থাৰ তৰফৰ পৰা অসম চৰকাৰলৈ স্মাৰক পএ গোলাঘাট জিলা উপায়ুক্ত ৰ জৰিয়তে প্ৰেৰণ কৰে।
অসম চৰকাৰৰ শিক্ষা বিভাগে যি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ সৰ্ন্দভত শেহতীয়া স্থিতিত, সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী ছাত্র সন্থাই অসন্তুষ্ট প্ৰকাশ কৰিছে। অসম চৰকাৰৰ এই শিক্ষা বিভাগৰ নীতিক সংশোধন কৰি আশোৱাহ সমূহ আতৰাই ছাত্র ছাএীসকলক ন্যায় প্ৰদান কৰাৰ দাবী জনাইছে।
No comments:
Post a Comment
Welcome Northeast News India