14 July, 2021
মাজুলী জিলাৰ সকলো ব্যক্তিৰ সুবিধা হোৱাকৈ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে ৰাইজৰ সুবিধাৰ্থে নিম্নলিখিত ফাৰ্মাচী সমূহৰ জৰিয়তে মাজুলীত উপলব্ধ নোহোৱা ঔষধ সমূহ যোগান ধৰা হৈ আছে |
১) পৰী মেডিকেল,
গড়মূৰ, ৭০৮৬৯৩৭০৬০
২) অনুপমা মেডিকেল,
গড়মূৰ, ৭০৮৬৪১২১৮৫, ৯১০১৭২১৯০২
৩) কটকী মেডিকেল হল,
কমলাবাৰী, ৬০০২০২৯৯২৮
৪) আৰ্য মেডিকেল হল,
কমলাবাৰী, ৯১০১০৯০৬৬৯
৫) বৰা মেডিকেল ষ্টোৰ,
কমলাবাৰী, ৮৬৩৮৭৪০৩৭৮
৬) মাজুলী মেডিকেল,
কমলাবাৰী, ৯১০১৩৪৩১০১, ৯১০১৩২৩৪১০
৭) ৰূপক মেডিকেল ষ্টোৰ,
ৰাৱনাপাৰা , ৮৭৬১০৭২১০৬
৮) অৰ্নৱ ফাৰ্মাচিউটিকেল,
ফুলনি চাৰিআলি , ৬০০২৩৪৪৮৫৪
ইয়াৰ উপৰিও জিলা প্ৰশাসনে ব্যৱস্থা কৰা জিলা আপাতকালীন কেন্দ্ৰ নম্বৰ -১০৭৭ (টোল ফ্ৰি) আৰু দূৰভাষ - ৭৬৩৫৯৬১৫২২ নম্বৰত যোগাযোগ কৰিব পাৰিব |
No comments:
Post a Comment
Welcome Northeast News India