১৩ জুলাই, ২০২১
দেশৰ তথা ৰাজ্য বাসিলৈ আহ্বান মানব সম্পদ গঢ়াৰ।
শ্ৰদ্ধাৰ সে মানৱ সমাজ, আমাৰ দেশ তথা ৰাজ্য খন বহোত পিছলৈ গতি কৰিছে। এই ক্ষেত্ৰত মানৱ সমাজৰ বহোত গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ বাবে পিতৃ আৰু মাতৃৰ গধোৰ দায়িত্ব পালন কৰিব লাগিব, তেতিয়াহে সমাজ খনত সু মানৱ গঢ় লৈ উঠিব। তেতিয়াহে সমাজ খন, দেশখন তথা ৰাজ্য খনত সুন্দৰ সব্বাঙ্গীন হব সকলো ক্ষেত্রেত। তেতিয়াহে দেশ খনৰ, ৰাজ্য খনৰ পৰা ভাল প্ৰতিনিধি আমি পঠাব পাৰিম , দেশখনৰ ৰাজ্য খনৰ প্ৰতিনিধিত্ব কৰিবলৈ। তাৰ বাবে সকলো দিশত শিক্ষা প্ৰদান কৰিব লাগিব। আমি কিছু সময়ৰ বাবে এই পৃথিবীলৈ আহিছো। আমাক প্ৰকৃতিৰ ৰক্ষা কৰিব পঠাইছে, ধংস কাৰণে নহয়। আমাক লোভ, মোহ কৰিব কাৰণে পঠোৱা নাই। এই পৃথিবীত সকলোৰে সম অধিকাৰ আছে। আমি সকলো জীৱ। আমি একে শৰীৰেৰে গঢ়া সকলো । আমি সকলোৱে একে জলবায়ুত ডাঙৰ দীঘল হৈছো কিন্তু আমাৰ আজি ধৰ্ম ভগৱান বেলেগ বেলেগ। কিয় আমি সকলো একে ভগবানে গঢ়া নহয় নেকি। সকলো জীৱ জন্তুুৰ ভোগ পিয়াঁহ একে অনুভৱ হয়।
আহঁক আমি সকলোৱে ইজনে আনজনৰ সহায়ক হওঁ। দেশখন ৰাজ্যখন সুস্থিৰ দিশে আগবঢ়াওঁ।।
ধন্যবাদ।।
No comments:
Post a Comment
Welcome Northeast News India