০৪ জুলাই, ২০২১
তুমিতো জানাই
এই কবিৰ আৰু একো নাই
এটাই মাথো কামিজ
তাৰো চিগো চিগো চিলাই
প্রেম হয়তো এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই
কবিৰ মৃত্যু নাই। তথাপিও মৃত্যুতিথিত প্রিয় কবিজনালৈ তেখেতৰ কন্ঠ ভাষাৰেই শ্রদ্ধা সেৱাৰে।।
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
No comments:
Post a Comment
Welcome Northeast News India