Monday, 26 July 2021

দেশৰ সকলো ৰাজ্যৰ জনসাধাৰণলৈ আহ্বান।

২৬ জুলাই, ২০২১

দেশৰ সকলো ৰাজ্যৰ জনসাধাৰণলৈ আহ্বান। 

শ্ৰদ্ধাৰ সকলো ৰাজ্যৰ জনসাধাৰণ। আমি সকলো একে দেশৰ মানৱ জাতি। আমি সকলোৱেই ৰাজ্যৰ মাজত সীমা লৈ কাজিয়া কৰা অনুচিত। আমি সকলো এই পৃথিবীৰ সন্তান।আমি সকলো মাটিক লৈ আমি কাজিয়া কৰা অনুচিত। এই দেশ ৰাজ্য সমূহ ইয়াতেই থাকিব, আমি হে সকলো দেশ এৰি ৰাজ্য এৰি যাব লাগিব। সেই কাৰণে আমি আমাৰ মাজতে সকলো ৰাজ্যবাসি সীমা লৈ কাজিয়া কৰিব নাপায়। ইখন ৰাজ্যই সিখন ৰাজ্যক সন্মান কৰা উচিত। নহলে বিদেশী ৰাষ্ট্ৰই সুবিধা লব। আহক আমি সকলো ৰাজ্য এই সীমাক লৈ কোনেও কাৰো ৰাজ্যৰ মাটি দখল নকৰো।। 

সকলো ৰাজ্যৰ জনসাধাৰণলৈ আহ্বান জনাম একতা ভাতৃত্ববোধ আমাৰ যেন সদায় অতোত থাকে সকলো ৰাজ্যৰ।। 

ধন্যবাদেৰে।। 

মাধৱ গগৈ।।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...