18 জুলাই, ২০২১
চৰকাৰ চলোৱা বৰমূৰীয়া সকললৈ আহ্বান।।
যি খিনি বস্তু সামগ্রী খাই মানৱ জাতিৰ, জীৱকোলৰ লোকচান হয়, ধংস হয় তেনে বস্তু বা সামগ্রী উৎপাদন কৰা কোম্পানি বন্ধ কৰাৰ ব্যবস্থা গ্রহণ কৰক। আৰু সেই কোম্পানি সমূহক সেইবোৰৰ ঠাইত বেলেগ উৎপাদন কৰাৰ পৰামৰ্শ প্ৰদান কৰক। যাতে সকলো জীৱকোলৰ উপকাৰ হয়।
এইবোৰ বস্তু,বেয়া দ্ৰব্যৰ জুই লগাই বা নিষিদ্ধ কৰি একো কাম নাই। আকৌ বনাৱ। আকৌ বিক্রি কৰিৱ।
ধন্যবাদেৰে।।
No comments:
Post a Comment
Welcome Northeast News India