Friday, 9 July 2021

09 July, 2021সংসাৰমাধৱ গগৈ।। তাং-০৮ জুলাই, ২০২১দিন হয় বাবেই ৰাতি হয়ৰাতি হয় বাবেই টোপনি হয়টোপনি হয় বাবেই সপোন হয়সপোন হয় বাবেইদিঠক হয়দিঠক হয় বাবেই আমি হয়আমি হয় বাবেই কবিতা সৃষ্টি হয়। কবিতা সৃষ্টি হয় বাবেইসংসাৰৰ মানৱ সুখী হয়মানৱ সুখী হয় বাবেইপ্ৰেম হয়। হয়টো এনেকোৱাই জীৱন।।। গোলাঘাট।।

09 July, 2021

সংসাৰ

মাধৱ গগৈ।। 
তাং-০৮ জুলাই, ২০২১

দিন হয় বাবেই ৰাতি হয়
ৰাতি হয় বাবেই টোপনি হয়
টোপনি হয় বাবেই সপোন হয়
সপোন হয় বাবেই
দিঠক হয়
দিঠক হয় বাবেই আমি হয়
আমি হয় বাবেই কবিতা সৃষ্টি হয়। কবিতা সৃষ্টি হয় বাবেই
সংসাৰৰ মানৱ  সুখী হয়
মানৱ সুখী হয় বাবেই
প্ৰেম হয়। 
হয়টো এনেকোৱাই জীৱন।।। 

গোলাঘাট।।

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...