03 Jun, 2021
সেই মানৱ জাতি, স্বাস্থ্যই পৰম ধন। স্বাস্থ্যৰ অবিহনে একো কথা চিন্তা কৰিব নোৱাৰি। স্বাস্থ্যৰ পৰাই সকলো সৃষ্টি। সকলোৱে স্বাস্থ্যৰ প্ৰতি যতন লওঁক, লগতে যি দুখিয়া নিচলা, তেওঁলোককো পাৰিলে সহায় কৰক। এয়াই মানৱ জাতিৰ এক প্ৰধান কতৰ্ব্য।।।
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
No comments:
Post a Comment
Welcome Northeast News India