Monday, 28 June 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত গাওঁ পঞ্চায়তৰ এলেকাধীন ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা (COVISHIELD) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত গাওঁ পঞ্চায়তৰ এলেকাধীন ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা (COVISHIELD) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।  Spot Registration কৰি কেৱল নিৰ্দিষ্ট পঞ্চায়তৰ অন্তৰ্গত ব্যক্তিসকলেহে এই টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...