Monday, 28 June 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কৰ্মস্থান সমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকল, যি ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা গ্ৰহণৰ ৮৪ দিন অতিক্ৰম কৰিলে, তেনে ব্যক্তিসকলক (COVISHIELD) ৰ দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কৰ্মস্থান সমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকল, যি ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা গ্ৰহণৰ ৮৪ দিন অতিক্ৰম কৰিলে, তেনে ব্যক্তিসকলক (COVISHIELD) ৰ দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখ্য যে, ক'ভিড ১৯ৰ অতিমাত্ৰা সংক্ৰমিত অঞ্চলত অৱস্থিত আৰু ক'মৰ্বিদিতি (CO-MORBIDITY) ৰোগত আক্ৰান্ত হোৱা কেৱল ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলেও উল্লেখ কৰা কেন্দ্ৰসমূহত Spot Registration কৰি প্ৰথম পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...