18 Jun, 2021
অহা কালিলৈ ১৯/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ডিব্ৰুগড় জিলাখনৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে প্ৰথম পালি ক'ভিড ১৯ ৰ টীকা (covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা উক্ত বয়সৰ লোক সকলে online registration প্ৰক্ৰিয়াৰে ল'ব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে । online registration বিয়লি ৪ বজাৰ পৰা আৰম্ভ কৰা হৈছে ।
No comments:
Post a Comment
Welcome Northeast News India