18 Jun, 2021
অহা কালিলৈ ১৯/০৬/২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা (COVAXIN) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । । যিসকল ব্যক্তিয়ে, যোৱা ইংৰাজী ০৮/০৫/২০২১ তাৰিখে প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণ কৰিছিল তেওঁলোকে একেটা কেন্দ্ৰতে অহা কালিলৈ ১৯/০৬/২০২১ তাৰিখে Spot Registration কৰি দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে, লাহোৱাল মহাবিদ্যালয়ত গ্ৰহণ কৰা সকলে মহাবিদ্যালয়ৰ পৰিৱৰ্ত্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
No comments:
Post a Comment
Welcome Northeast News India