02 Jun, 2021
যিসকলে জনসাধাৰণক সুৰক্ষিত কৰিবলৈ ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ দি আছে, তেওঁলোকৰ প্ৰতি এনে অসহনীয় আচৰণ কৰাটো চৰম অমানুষিক ঘটনা।
হোজাইৰ উডালি হস্পিতালত কৰ্তব্যৰত ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ চিকিৎসকগৰাকীক অতি নিৰ্দয় আৰু নিৰ্মমভাৱে আক্ৰমণ কৰা ঘটনাটোক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। ঘটনাটো সংঘটিত কৰা প্ৰতিজন দোষীক কঠোৰ শাস্তি বিহিব লাগে।
ভবিষ্যতে অনাগত দিনত আৰু যাতে এনে দুভাগ্যজনিত ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলো মানৱ জাতিলৈ আহ্বান জনাইছো।জীৱ মাএে ভুল হয়। প্ৰতিটো খোজতে জীৱৰ অপৰাধ আছে। সেয়েহে সকলোকে সমান দৃষ্টিভঙ্গি ৰাখিব লাগে।।
ধন্যবাদ।।
No comments:
Post a Comment
Welcome Northeast News India