Sunday, 27 June 2021

27 Jun, 2021যোৰহাট জিলাত অহা ইং- ২৮/০৬/২০২১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈজিলাখনত সকলো দোকান , ব্যৱসায়ীক প্ৰতিষ্ঠান আদি দিনৰ ১ বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব৷দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে সান্ধ্য আইন চলি থাকিব৷যান বাহনৰ ক্ষেত্ৰত আগৰ আদেশ অনুসৰি যুগ্ম সংখ্যাৰ তাৰিখত বাহনৰ শেষৰ সংখ্যাটো যুগ্ম আৰু অযুগ্ম সংখ্যাৰ তাৰিখত শেষৰ সংখ্যাটো অযুগ্ম হ'লে বাহন চলাচল কৰিব পাৰিব৷মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক৷

27 Jun, 2021

যোৰহাট  জিলাত অহা ইং- ২৮/০৬/২০২১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ
জিলাখনত সকলো দোকান , ব্যৱসায়ীক প্ৰতিষ্ঠান আদি দিনৰ ১ বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব৷

দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে সান্ধ্য আইন চলি থাকিব৷

যান বাহনৰ ক্ষেত্ৰত আগৰ আদেশ অনুসৰি যুগ্ম সংখ্যাৰ তাৰিখত বাহনৰ শেষৰ সংখ্যাটো যুগ্ম আৰু অযুগ্ম  সংখ্যাৰ তাৰিখত শেষৰ সংখ্যাটো অযুগ্ম  হ'লে বাহন চলাচল কৰিব পাৰিব৷

মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক৷

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...