Thursday, 17 June 2021

গোলাঘাট জিলাত যোৱা ৮মে' আৰু ৯ মে'ত ক'ভিড 19 ৰ প্ৰতিষেধক ক'ভাক্সিনৰ প্ৰথমপালি লোৱা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে ১৮ জুনত দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব ।

17 Jun, 2021

গোলাঘাট জিলাত যোৱা ৮মে' আৰু ৯ মে'ত ক'ভিড 19 ৰ প্ৰতিষেধক ক'ভাক্সিনৰ প্ৰথমপালি লোৱা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে ১৮ জুনত দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব । কাইলৈ জিলাখনৰ ১৫ টা কেন্দ্ৰত ১৮বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ক'ভাক্সিন প্ৰতিষেধকৰ দ্বিতীয় পালি প্ৰদান কৰা হ'ব । এইক্ষেত্ৰত ৮ মে'ত প্ৰথম পালি লোৱাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব । পৰ্যায়ক্ৰমে ৯ মে'ত প্ৰথম পালি লোৱাসকলকো প্ৰতিষেধক প্ৰদান কৰা হ'ব । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক লোৱা হৈছিল কেৱল সেই কেন্দ্ৰতহে দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব । দ্বিতীয় পালি প্ৰতিষেধকৰ বাবে ঠাইতে পঞ্জীয়ন কৰা হ'ব । অনলাইন পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই । আনহাতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকক কাইলৈ ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰদান কৰা হ'ব । ক'ভিশ্বিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...