Saturday, 12 June 2021

12 Jun, 2021যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলেহে কাইলৈ অৰ্থাৎ ১৩ জুনত প্ৰতিষেধক ল'ব পাৰিব । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল কেৱল সেই কেন্দ্ৰতহে প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

12 Jun, 2021

যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলেহে কাইলৈ অৰ্থাৎ ১৩ জুনত প্ৰতিষেধক ল'ব পাৰিব । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল কেৱল সেই কেন্দ্ৰতহে প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...