12 Jun, 2021
১৮ পৰা ৪৪ বছৰ বয়সৰ যি সকল ব্যক্তিয়ে কোভিড ১৯ ৰ টীকা (covaxin)ৰ প্ৰথম পালি যোৱা ৭ মে ২০২১ তাৰিখে গ্রহণ কৰিছিল তেখেত সকলে অহা ১৩/৬/২১ তাৰিখে উল্লেখিত প্ৰথম পালি টীকা লোৱা কেন্দ্ৰ সমূহত গৈ (covaxin)ৰ দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পাৰিব। টীকা প্ৰদান কেন্দ্ৰ সমূহত জিলা প্ৰশাসনে সকলোকে কোভিডৰ নীতি নিয়ম সমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে।
No comments:
Post a Comment
Welcome Northeast News India