Wednesday, 12 May 2021

সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো ক'ভিডৰ ভঙকৰ ৰূপ।

 12 May, 2021


সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো ক'ভিডৰ ভঙকৰ ৰূপ। 



গোলাঘাট জিলাৰ  Hautley ত কৰুণাৰ ভয়াৱহ ৰূপ। দিনক দিনে বাঢ়িবলৈ লৈছে কৰুণা পজিটিভ লোকৰ সংখ্যা। বৰ্তমান গোলাঘাট জিলা প্ৰশাসনে Hautley ৰ এটা অঞ্চল যোৱাকালি Containment Zone ৰ ফলক ওলোমাই চিল কৰি দিলে পজিটিভ পোৱা এৰিয়াতো । 



গোলাঘাটৰ পৰা  Sanjib Kumar Prajapati Report  NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...