Sunday, 23 May 2021

ক’ভীড-১৯ ৰ ভয়াবহতাৰ বাবে এসাজ অন্নৰ বাবে হাহাকাৰ কৰিবলগা হৈছে

 ক’ভীড-১৯ ৰ ভয়াবহতাৰ বাবে এসাজ অন্নৰ বাবে হাহাকাৰ কৰিবলগা হৈছে


গোলাঘাটৰ আৰু ফৰকাটিংৰ ভীক্ষাৰী সকলে ৷ এই দীনদৰিদ্ৰ সকলৰ বাবেই ডেৰবছৰ ধৰি অন্নৰ যোগান ধৰি আহিছে গোলাঘাটৰ চন্দন নগৰৰ দিপু গগৈকে ধৰি কেইজনমান যুৱকে ৷ মূলতঃ মানৱসেৱাই প্ৰকৃত ধৰ্মৰ জ্ঞানকৰি যুৱক সকলে কেতিয়াবা নিজা খৰচত আৰু কেতিয়াবা ৰাইজৰ সহযোগত ভোকাতুৰ সকলৰ ভোক আৰু তৃষ্ণা দূৰ কৰি আহিছে ৷ যুৱক সকলৰ এই মানৱসেৱাক সকলোৱে সলাগ লৈছে যদিও সহায়ৰ হাত আগবঢ়োৱা লোকৰ সংখ্যা নগণ্য ৷ এই সন্দৰ্ভত ডিপুগগৈৰ মন্তব্য শুনক ৷:::::----- Bite


কেমেৰাত বিশ্বজিৎ নাথৰ সৈতে প্ৰকাশ শৰ্মা  গোলাঘাট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...