Monday, 10 May 2021

শুভেচ্ছাৰে

10 May, 2021

অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ যাচিলোঁ আন্তৰিক অভিনন্দন শুভকামনা। তেখেতৰ বলিষ্ঠ কৰ্মোদ্যমে আৰু নেতৃত্বত   অসমক দেশৰ ভিতৰতে এখনি অগ্ৰণী ৰাজ্য হিচাবে প্ৰতিষ্ঠিত কৰাৰ দিশত আগবঢ়াই নিব।

শুভেচ্ছাৰে

নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...