Tuesday, 6 April 2021

গোলাঘাটৰ আছূৰ ফিল্ডত বিহুৰ কৰ্মশালা ৷

 06 April, 2021


গোলাঘাটৰ আছূৰ ফিল্ডত বিহুৰ কৰ্মশালা ৷



১ৰ পৰা ১১ এপ্ৰিললৈ প্ৰশিক্ষণ দিয়াহৈছে বিহুনাচ ; ঢ়োলবাদন আদিৰ প্ৰশিক্ষণ ৷


কণমানি শিশু -চেমনিয়া -যুৱতীক প্ৰশিক্ষিত কৰি অসমীয়াৰ ৰঙালী বিহু জনপ্ৰীয় কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতখন ৰঙীল আৰু আনন্দময় কৰি তুলিছে প্ৰশিক্ষক সকলে ৷ :::  


প্ৰকাশ শৰ্মা গোলাঘাট ৷ নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...