22 April, 2021
*দেউৰী বিহু লখিমপুৰ* Date :- 22/4/21
## অসমৰ অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী।
## এই জনগোষ্ঠীয় লোকসকলে প্ৰথম বহাগৰ দিনাই বিহু উৎযাপন নকৰি বহাগৰ প্ৰথম বুধবাৰৰ পৰা হে বহাগ বিহু উৎযাপন কৰে।
## এই বিহুক দেউৰী ভাষাত বিচু বিলি কোৱা হয়।
## লখিমপুৰ জিলা নাৰায়ণপুৰ বৰ দেউৰী গাওঁত যোৱা বুধবাৰৰ পৰা বিচু উৎযাপন কৰা হয়।
## পূৱা পৰম্পৰাৰ মতে সকলোৱে দেউৰী উপাস্য দেৱতা কুন্দি মামাক উপাসনা কৰি বিহু আৰম্ভনি কৰে।
## ইয়াৰ লগতে বুকা বিহু তো নাচি বাগি আনন্দত মতলীয়া হৈ পৰে সকলো।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India