Thursday, 15 April 2021

বহাগী বৰণ লখিমপুৰ

15 April, 2021

*বহাগী বৰণ লখিমপুৰ* Date :- 15/4/21

## আজি পহিলা বহাগ।

## এই পহিলা বহাগৰ দিনাই সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাই আজি উত্তৰ লখিমপুৰ মঙ্গলময় পত্ৰিকাৰ কাৰ্য্যলয়ত বহাগী বৰণ নামেৰে এক অনুষ্ঠান আয়োজন কৰে।

## এই অনুষ্ঠানত লখিমপুৰৰ   পাচঁ জন বিশিষ্ট ব্যক্তিক বহাগী বৰণ বটাঁৰে সম্বধৰ্ণা জনোৱা লগতে অসমবাসীক বিহু শুভেচ্ছা জনায়।

## এই বহাগী বৰণ বটাঁত থাকে এখন গামোচা, এটা কিতাপৰ টোপোলা, এখন মেমৰেণ্ট আৰু এখন মানপত্ৰ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...