সমগ্ৰ নৰ্থইষ্ট তথা ভাৰতবৰ্ষৰ , আৰু বাহিৰত থকা আন আন দেশৰ সকলো জনসাধাৰণলৈ নতুন বছৰৰ পহিলা জানুৱাৰী মাঘ বিহুৰ (ভোগালী বিহুৰ) আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । আগন্তুক আহি থকা দিন বোৰ যেন দেশৰ তথা সকলো ৰাজ্যৰ অপায় অমঙ্গল অসূয়া শক্তি দুৰ হয় নাশ হয়, সকলোৰ মিলাপ্ৰিতি অতুত থাকে। তাৰে কামনাৰে নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা। শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলো।
Wednesday, 13 January 2021
সমগ্ৰ নৰ্থইষ্ট তথা ভাৰতবৰ্ষৰ , আৰু বাহিৰত থকা আন আন দেশৰ সকলো জনসাধাৰণলৈ নতুন বছৰৰ পহিলা জানুৱাৰী মাঘ বিহুৰ (ভোগালী বিহুৰ) আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । আগন্তুক আহি থকা দিন বোৰ যেন দেশৰ তথা সকলো ৰাজ্যৰ অপায় অমঙ্গল অসূয়া শক্তি দুৰ হয় নাশ হয়, সকলোৰ মিলাপ্ৰিতি অতুত থাকে। তাৰে কামনাৰে নৰ্থইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা। শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলো। NORTHEAST NEWS INDIA
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India