Thursday, 14 January 2021

14 January, 2021 *মাঘ বিহু লখিমপুৰ* Date: 14/01/21 ## লখিমপুৰ নকাড়ী যুৱ সমাজৰ উদ্যোগত উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰা হয়। ## ভোগৰ উৎসৱ ভোগালী। ## ভোগৰ উৎসৱ ভোগালীৰ পৰম্পৰা অনুসৰি আজি ৰাতিপুৱা মেজিত অগ্নি সংযোগ কৰা হয়। ## নকাড়ী যুৱ সমাজৰ উদ্যোগত নকাড়ী ৰঙ্গমঞ্চৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় ভোগালী বিহু। ## আজি দ্বিতীয় দিনা পুৱা মেজি জলোৱাৰ পাছত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা হোৱাৰ লগতে সন্ধিয়ালৈ জনপ্ৰিয় কন্ঠ শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা লগেত স্থানীয় শিল্পী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 14 January, 2021


*মাঘ বিহু লখিমপুৰ* Date: 14/01/21


## লখিমপুৰ নকাড়ী যুৱ সমাজৰ উদ্যোগত উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰা হয়।


## ভোগৰ উৎসৱ ভোগালী।


## ভোগৰ উৎসৱ ভোগালীৰ পৰম্পৰা অনুসৰি আজি ৰাতিপুৱা মেজিত অগ্নি সংযোগ কৰা হয়।


## নকাড়ী যুৱ সমাজৰ উদ্যোগত নকাড়ী ৰঙ্গমঞ্চৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় ভোগালী বিহু।


## আজি দ্বিতীয় দিনা পুৱা মেজি জলোৱাৰ পাছত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা হোৱাৰ লগতে সন্ধিয়ালৈ জনপ্ৰিয় কন্ঠ শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা লগেত  স্থানীয় শিল্পী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...