Sunday, 10 January 2021

10 January, 2021 গোলাঘাটত কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ । গোলাঘাট পাচ আলি এটা ট্ৰেন্সফাৰ'মাৰত কাষতে থকা শিৱ মন্দিৰত কাম কৰি থকা অৱস্থাত হঠাৎ যুৱক জনৰ অজ্ঞাতে টানি নিলে বিদ্যুতে জ্বলি গল যুৱক জনৰ হাত l স্থানীয় লোকে ততাতৈয়াকৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় l বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন l গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 10 January, 2021


গোলাঘাটত কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ । গোলাঘাট পাচ আলি এটা ট্ৰেন্সফাৰ'মাৰত কাষতে থকা শিৱ মন্দিৰত কাম কৰি থকা অৱস্থাত হঠাৎ যুৱক জনৰ অজ্ঞাতে  টানি নিলে বিদ্যুতে জ্বলি গল যুৱক জনৰ  হাত l স্থানীয় লোকে ততাতৈয়াকৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় l বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন l 

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...