Sunday, 10 January 2021

10 January, 2021 *পখি উৎসব লখিমপুৰ* Date :- 10/1/21 ## লখিমপুৰ জিলা ৰঙানদীৰ পাৰৰ শতজানত আজি জিলা প্ৰশাসনৰ ফালৰপৰা পখি উৎসৱ পালন কৰে। ## এই উৎসৱত অৰণ্য মানব যাদৱ পায়েঙ উপষ্ঠিত থাকাৰ লগত ড° আনোৱাৰ উদ্দিন চৌধাৰী, ফিৰোজ হুছেইন, দেৱজীত তালুকদাৰ,বিপুল গোস্বামীকে আদিকৰি বহুকেইজন ব্যক্তি উপষ্ঠিত থাকে। ## এই উৎসৱত পখিৰ কেনেদৰে সংৰক্ষন কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। ## এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ফটো প্ৰদৰ্শন কৰা হয়। ## এই ফটো প্ৰদৰ্শনৰ ফিটা কাটি শুভাৰম্ভ কৰে অৰণ্য মানব যাদৱ পায়েঙে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 January, 2021


*পখি উৎসব লখিমপুৰ* Date :- 10/1/21


## লখিমপুৰ জিলা ৰঙানদীৰ পাৰৰ শতজানত আজি জিলা প্ৰশাসনৰ ফালৰপৰা পখি উৎসৱ পালন কৰে।


## এই উৎসৱত অৰণ্য মানব যাদৱ পায়েঙ উপষ্ঠিত থাকাৰ লগত ড° আনোৱাৰ উদ্দিন চৌধাৰী, ফিৰোজ হুছেইন, দেৱজীত তালুকদাৰ,বিপুল গোস্বামীকে আদিকৰি বহুকেইজন ব্যক্তি উপষ্ঠিত থাকে।


## এই উৎসৱত পখিৰ কেনেদৰে সংৰক্ষন কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়।


## এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ফটো প্ৰদৰ্শন কৰা হয়।


## এই ফটো প্ৰদৰ্শনৰ ফিটা কাটি শুভাৰম্ভ কৰে অৰণ্য মানব যাদৱ পায়েঙে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...