Friday, 18 December 2020

18 December, 2020 মাইক্ৰ'ফাইনেঞ্চ কম্পানীৰ অবাধ লুন্ঠন । অাৰু মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ লোণ ৰেহাইৰ দাৱীত গোলাঘাট জিলা ছাত্ৰ মুক্তিৰ প্ৰতিবাদ গোলাঘাট ১৮ ডিচেম্বৰ NDfC-MFI বিত্তীয় প্ৰতিস্থান সমূহে অধিক সূদৰ হাৰত ঋণ দি গ্ৰাম্য অঞ্চলৰ মহিলাক লুণ্ঠন বন্ধ কৰা অাৰু মহিলা সকলক ৰেহাই দিয়াৰ সন্দৰ্ভত অাজি গোলাঘাট জিলা ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰায় তিনি শতাধিক ভূক্তভূগী মহিলাৰ উপস্থিতত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে বিভিন্ন শ্লো'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদুৎ শইকীয়া , অনুসুচিত জাতি ছাত্ৰ সন্থান কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস ,বিৰ লাচিত সেনা জিলা সভাপতি অমৃত গগৈ , টাই অাহোম ছাত্ৰ সন্থাৰ জিলা সম্পাদক গৌতম লাহন , চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাঞ্জল তামুলী , চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক মোবাৰক অালি , নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদিকা বিমলা গগৈ অাৰু গোলাঘাট জিলা ছাত্ৰ মুক্তিৰ বিষয়বৱীয়া উপস্থিত থাকে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক সু-প্ৰতিম ৰাজখোৱা , জ্যোতিষ্মান বৰাই অাট ধৰাৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বিদুৎ শইকীয়াই ভাষন প্ৰসংগত NDFC- MFI বিত্তীয় প্ৰতিস্থানসমূহে ৰিৰ্জাভ বেংকৰ নিতী নিয়ম নমনাকৈ যথে মধে লোণ দিয়াৰ লোণ ঘূৰোৱা নামত সাধাৰ পৰিয়ালক শাৰাশস্তি কৰাৰ বিৰোধিতা কৰাৰ লগতে মাইক্ৰ'ফাইনেঞ্চ কোম্পানী তথা MFI বেচৰকাৰী বেংক সমূহ যেনে বন্ধন অাৰোহন , উজ্জীৱন , চেটিংছ অাদি কৰি বেংক সমূহে গ্ৰাম্য অঞ্চলত অধিক হাৰত সূদলৈ ধন দি নীতি বৰ্হিভূত ভাৱে যি ধন ঘটাৰ প্ৰতিযোগিতা অাৰম্ভ কৰিলে, ইয়াৰ ফলত সমগ্ৰ গ্ৰাম্য অৰ্থনিতি ভাঙি ইতিমধ্যে থান বান হৈ গৈছে লগতে গ্ৰম্য সমাজত বহুত ধৰণৰ সমস্যাই গা কৰি উঠিছে বুলি বক্তব্য দিয়াৰ লগতে চৰকাৰ খনে এইসমূহ ফাইনেঞ্চ কোম্পানীক নাকী লগোৱাৰ চুৰান্ত ভাৱে বিফল বুলি মন্তব্য কৰে । ছাত্ৰ মুক্তিৰ গোলাঘাট জিলা সম্পাদক ৰূপম গগৈয়ে ভাষণ প্ৰসংগত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ কৃস্তি দিব নোৱাৰী বহু মহিলাই তথা পৰিয়ালে অাত্মহত্যাৰ দৰে পথ লব লগাতো অতি দুৰ্ভাগ্যজনক অাখ্যা দিয়াৰ কৃস্তি বিচাৰি মহিলা সকলক বেংক কৰ্মচাৰী সকলে মানসিক শাৰিৰীক অত্যাচাৰ, ভয় ভাবুকি প্ৰদান কৰাতো কেতিয়াও মানি লোৱা নহব বুলি মন্তব্য প্ৰকাশ কৰে অাৰু এনেধৰণৰ কৃস্তি উঠোৱা নামত যাতে কেতিয়াও কোনো মহিলা তথা পৰিয়ালক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনক ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে । লকডাউন পাছত সমগ্ৰ দেশৰ অৰ্থনিতি তচ নচ হৈ যোৱাৰ সময়ত মাইক্ৰ'ফাইনেঞ্চ কোম্পানী ১০০ শতাংই লোণ মাফ কৰি দিব লাগিব বুলি সংগঠনতোৱে দাৱী উথ্থাপন কৰি গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি মাননীয় মূখ্যমন্ত্ৰী , বিত্ত মন্ত্ৰী , ভাৰতীয় ৰিৰ্জাভ বেংকৰ অাঞ্চলিক প্ৰৱন্ধকলৈ প্ৰতিলিপি প্ৰেৰণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ মুক্তিৰ গোলাঘাট জিলাৰ কাৰ্যকাৰী সভাপতি অৰিন্দ্ৰম তামুলীয়ে । কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট NORTHEAST NEWS INDIA

 18 December, 2020


মাইক্ৰ'ফাইনেঞ্চ কম্পানীৰ  অবাধ লুন্ঠন । অাৰু মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ লোণ ৰেহাইৰ দাৱীত গোলাঘাট জিলা ছাত্ৰ মুক্তিৰ প্ৰতিবাদ  গোলাঘাট ১৮ ডিচেম্বৰ

 NDfC-MFI বিত্তীয় প্ৰতিস্থান সমূহে অধিক সূদৰ হাৰত ঋণ দি গ্ৰাম্য অঞ্চলৰ মহিলাক লুণ্ঠন বন্ধ কৰা অাৰু মহিলা সকলক ৰেহাই দিয়াৰ সন্দৰ্ভত অাজি গোলাঘাট জিলা ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰায় তিনি শতাধিক ভূক্তভূগী মহিলাৰ উপস্থিতত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে বিভিন্ন শ্লো'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদুৎ শইকীয়া , অনুসুচিত জাতি ছাত্ৰ সন্থান কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস ,বিৰ লাচিত সেনা জিলা সভাপতি অমৃত গগৈ , টাই অাহোম ছাত্ৰ সন্থাৰ জিলা সম্পাদক গৌতম লাহন , চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাঞ্জল তামুলী , চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক মোবাৰক অালি , নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদিকা বিমলা গগৈ অাৰু গোলাঘাট  জিলা ছাত্ৰ মুক্তিৰ বিষয়বৱীয়া উপস্থিত থাকে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক সু-প্ৰতিম ৰাজখোৱা , জ্যোতিষ্মান বৰাই অাট ধৰাৰ প্ৰতিবাদী কাৰ্যসূচীত  উপস্থিত থাকি বিদুৎ শইকীয়াই ভাষন প্ৰসংগত NDFC- MFI বিত্তীয় প্ৰতিস্থানসমূহে ৰিৰ্জাভ বেংকৰ নিতী নিয়ম নমনাকৈ যথে মধে লোণ দিয়াৰ লোণ ঘূৰোৱা নামত সাধাৰ পৰিয়ালক শাৰাশস্তি কৰাৰ বিৰোধিতা কৰাৰ লগতে মাইক্ৰ'ফাইনেঞ্চ কোম্পানী তথা  MFI বেচৰকাৰী বেংক সমূহ যেনে বন্ধন অাৰোহন , উজ্জীৱন , চেটিংছ অাদি কৰি বেংক সমূহে গ্ৰাম্য অঞ্চলত অধিক হাৰত সূদলৈ ধন দি নীতি বৰ্হিভূত ভাৱে যি ধন ঘটাৰ প্ৰতিযোগিতা অাৰম্ভ কৰিলে, ইয়াৰ ফলত সমগ্ৰ গ্ৰাম্য অৰ্থনিতি ভাঙি ইতিমধ্যে থান বান হৈ গৈছে লগতে গ্ৰম্য সমাজত বহুত ধৰণৰ সমস্যাই গা কৰি উঠিছে বুলি বক্তব্য দিয়াৰ লগতে চৰকাৰ খনে এইসমূহ ফাইনেঞ্চ  কোম্পানীক নাকী লগোৱাৰ চুৰান্ত ভাৱে বিফল বুলি মন্তব্য কৰে । ছাত্ৰ মুক্তিৰ গোলাঘাট জিলা সম্পাদক ৰূপম গগৈয়ে ভাষণ প্ৰসংগত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ কৃস্তি দিব নোৱাৰী বহু মহিলাই তথা পৰিয়ালে অাত্মহত্যাৰ দৰে পথ লব লগাতো অতি দুৰ্ভাগ্যজনক অাখ্যা দিয়াৰ কৃস্তি বিচাৰি মহিলা সকলক বেংক কৰ্মচাৰী সকলে মানসিক শাৰিৰীক অত্যাচাৰ, ভয় ভাবুকি প্ৰদান কৰাতো কেতিয়াও মানি লোৱা নহব বুলি মন্তব্য প্ৰকাশ কৰে  অাৰু এনেধৰণৰ কৃস্তি উঠোৱা নামত যাতে কেতিয়াও কোনো মহিলা তথা পৰিয়ালক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনক ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে । লকডাউন পাছত সমগ্ৰ দেশৰ অৰ্থনিতি তচ নচ হৈ  যোৱাৰ সময়ত মাইক্ৰ'ফাইনেঞ্চ কোম্পানী ১০০ শতাংই লোণ মাফ কৰি দিব লাগিব বুলি সংগঠনতোৱে দাৱী উথ্থাপন কৰি গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি মাননীয় মূখ্যমন্ত্ৰী , বিত্ত মন্ত্ৰী  , ভাৰতীয় ৰিৰ্জাভ বেংকৰ অাঞ্চলিক প্ৰৱন্ধকলৈ প্ৰতিলিপি প্ৰেৰণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ মুক্তিৰ গোলাঘাট জিলাৰ কাৰ্যকাৰী সভাপতি অৰিন্দ্ৰম তামুলীয়ে ।


কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট

NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...