Saturday, 24 October 2020

24 October, 2020 আজি মহাষ্টমী ৷ গোলাঘাট চহৰৰত নাই পূজাৰ উচাহ ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ মন্দিৰৰ দৃশ্য পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে মা দূৰ্গাৰ অৰ্চনা ৷ ইফালে এক বিপৰীত পৰিবেশ ফৰকাটিংৰ তিৰুৱালৰ ২৮২ বছৰীয়া কুটুহাগুৰি পূজা মণ্ডপত ক’ভড প্ৰট’কল পালন কৰিও আজি মহাষ্টমীৰ দিনা হাহঁ কোমোৰা বলী দিবলৈ ভীৰ কৰিছেহি ভক্তই ৷ এই দেৱালয়ৰ সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি নোমল গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ ::: ::: প্ৰকাশ শৰ্মা গোলাঘাট

 24 October, 2020


আজি মহাষ্টমী ৷ গোলাঘাট চহৰৰত নাই পূজাৰ উচাহ ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ মন্দিৰৰ দৃশ্য পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে মা দূৰ্গাৰ অৰ্চনা ৷ ইফালে এক বিপৰীত পৰিবেশ ফৰকাটিংৰ তিৰুৱালৰ ২৮২ বছৰীয়া কুটুহাগুৰি পূজা মণ্ডপত ক’ভড প্ৰট’কল পালন কৰিও আজি মহাষ্টমীৰ দিনা হাহঁ কোমোৰা বলী দিবলৈ ভীৰ কৰিছেহি ভক্তই ৷ এই দেৱালয়ৰ সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি নোমল গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ :::

::: প্ৰকাশ শৰ্মা গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...