Tuesday, 15 September 2020

Breaking news

 15 September, 2020


গোলাঘাট জিলাত ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে যোৱা ২৪ ঘণ্টাত ৰেপিড টেষ্টৰ জৰিয়তে ১১৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷ এই পয্যন্ত মুঠ পজিটিভৰ সংখ্যা ৫২৯৯  গৰাকী ৷ ৪৫৭৩ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভৰোগীৰ সংখ্যা ৬৯৭ গৰাকী ৷ মঙলবাৰে ৰেপিড টেষ্টৰ জৰিয়তে ১১৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷  মঙ্গলবাৰে সন্ধিয়া জিলা প্ৰসাশনৰ হৈ এই তথ্য প্ৰকাশ কৰে জিলা তথ্যও জনসংযোগ বিষয়া পাপু গগৈয়ে ৷ ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷  NORTHEAST NEWS INDIA ১৫/৯/২০২০


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...