Sunday, 13 September 2020

13 September, 2020 O. C. : পুনৰ পঞ্চায়তত সংঘটিত হ'ল দুৰ্নীতি। এইবাৰ গোলাঘাটৰ পুলিবৰ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। পদুমনি ব্লকৰ অধীনৰ এই পঞ্চায়ত বিভিন্ন আঁচনিৰ স্থানীয় ৰাইজ অভিযোগ কংগ্ৰেছৰ দখলত থকা পুলিবৰ পঞ্চায়তৰ পঞ্চায়ত কৰ্মীয়ে সংঘটিত কৰিছে দুৰ্নীতি। V. O. : গোলাঘাট নগৰৰ গাঁতে লাগি থকা গোলাঘাট গাওঁ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ পিছত এইবাৰ পুলিবৰ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। উদক ভেটাৰখীয়া দিয়াৰ দৰে পঞ্চায়তখনৰ বিষয় ববীয়াৰ দ্বাৰা এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। যাক লৈ পুলিবৰ পঞ্চায়তত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি, জৱকাৰ্ড আৰু আত্মনিৰ্ভৰশীল গোটৰ বিসংগতিক লৈ সভা। স্থানীয় ৰাইজ তথা একাংশ লোকৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত পঞ্চায়ত খনৰ সভাপতি, সচিব, ৱাৰ্ড মেম্বাৰ আৰু কম্পিউটাৰ সহায়কে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। গাঁও সভাত নিৰ্বাচিত হোৱা হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়ত কৰ্মীয়ে ময় মতালীৰে হিতাধিকাৰীক নিৰ্বাচন কৰা অভিয়োগ উঠিছে । উপযুক্ত তদন্তৰ পিছতহে ওলাব প্ৰকৃততে ই দুৰ্নীতি নে ৰাজনৈতিক কৌশল। ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 13 September, 2020


O. C. : পুনৰ পঞ্চায়তত সংঘটিত হ'ল দুৰ্নীতি। এইবাৰ গোলাঘাটৰ পুলিবৰ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ।  পদুমনি ব্লকৰ অধীনৰ এই পঞ্চায়ত বিভিন্ন আঁচনিৰ  স্থানীয় ৰাইজ অভিযোগ কংগ্ৰেছৰ দখলত থকা পুলিবৰ পঞ্চায়তৰ পঞ্চায়ত কৰ্মীয়ে সংঘটিত কৰিছে দুৰ্নীতি। 

V. O. : গোলাঘাট নগৰৰ গাঁতে লাগি থকা গোলাঘাট গাওঁ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ পিছত এইবাৰ পুলিবৰ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। উদক ভেটাৰখীয়া দিয়াৰ দৰে  পঞ্চায়তখনৰ বিষয় ববীয়াৰ দ্বাৰা এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। যাক লৈ পুলিবৰ পঞ্চায়তত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি, জৱকাৰ্ড আৰু আত্মনিৰ্ভৰশীল গোটৰ বিসংগতিক লৈ সভা। স্থানীয় ৰাইজ তথা একাংশ লোকৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত পঞ্চায়ত খনৰ সভাপতি, সচিব, ৱাৰ্ড মেম্বাৰ আৰু কম্পিউটাৰ সহায়কে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। গাঁও সভাত নিৰ্বাচিত হোৱা হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়ত কৰ্মীয়ে ময় মতালীৰে  হিতাধিকাৰীক নিৰ্বাচন কৰা অভিয়োগ উঠিছে ।  উপযুক্ত তদন্তৰ পিছতহে ওলাব প্ৰকৃততে ই দুৰ্নীতি নে ৰাজনৈতিক কৌশল। ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...