Sunday, 13 September 2020

13 September, 2020 এজাক বৰসুনতেই নদীবয় গোলাঘাটৰ ৰাজপথত ৷ গোলাঘাট পৌৰসভাৰ অন্তৰ্গত এইয়া ১০ নং ৱাৰ্ডৰ মানৱসেৱা আশ্ৰম পথ ৷ পথটো বহুবছৰ ধৰি মেৰামতি কৰানাই ৷ ৰাইজে বিজেপিৰ আহ্বানক বিশ্বাস কৰি ৱাৰ্ড কমিছনাৰো বিজেপিৰেই জুমি দুৱৰাক বিজয়ী কৰালে ৷ কিন্তু এলেকাটোলৈ আনন্দৰ দিন নাহিল ৷ ফলত যাতায়তৰ ক্ষেত্ৰত দুভোগ ভোগিছে ৰাইজে ৷ আপুনি স্কীনত দেখা এই দৃশ্য দেওবাৰৰ বিয়লিৰ ৷ আনহাতে কংগ্ৰেছ নেতৃত্বা ধীন পৌৰসভাৰ ৫নং ৱাৰ্ডতৰ কমিচনাৰ গণেশ পালও কংগ্ৰেছৰ ৷ তেও ঘৰতে বহি দিন কতালে সেয়েহে একেই পৰিবেশ এই ৱাৰ্ডৰ সম্পূৰ্ণ যাতায়ত ব্যৱস্থাটো ৷ ৰাইজে যাকেই বিশ্ৱাস কৰি জনপ্ৰতিনিধি পাতে তেৱেই নিৰ্বাচনৰ পিছত ৰাইজলৈ পিঠি দিয়ে ৷ গতিকে দোধোৰ মুধোৰত ৰাইজ ৷ উন্নয়ণৰ ফটাঢ়োল বজোৱাবিধায়িকা অজন্তা নেওগক কূটিল ৰাজনীতি পৰিহাৰ কৰি সচাঁ অৰ্থত উন্নয়ণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ ::::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA ১৩ ছেপ্তেম্বৰ ২০২০

 13 September, 2020


এজাক বৰসুনতেই  নদীবয় গোলাঘাটৰ ৰাজপথত ৷


গোলাঘাট পৌৰসভাৰ অন্তৰ্গত এইয়া ১০ নং ৱাৰ্ডৰ মানৱসেৱা আশ্ৰম পথ ৷ পথটো বহুবছৰ ধৰি মেৰামতি কৰানাই ৷ ৰাইজে  বিজেপিৰ আহ্বানক বিশ্বাস কৰি ৱাৰ্ড কমিছনাৰো বিজেপিৰেই জুমি দুৱৰাক বিজয়ী কৰালে ৷ কিন্তু এলেকাটোলৈ আনন্দৰ দিন নাহিল ৷ ফলত যাতায়তৰ ক্ষেত্ৰত দুভোগ ভোগিছে ৰাইজে ৷ আপুনি স্কীনত দেখা এই দৃশ্য দেওবাৰৰ বিয়লিৰ ৷ 


আনহাতে কংগ্ৰেছ নেতৃত্বা ধীন পৌৰসভাৰ ৫নং ৱাৰ্ডতৰ কমিচনাৰ গণেশ পালও কংগ্ৰেছৰ ৷ তেও ঘৰতে বহি দিন কতালে সেয়েহে একেই পৰিবেশ এই ৱাৰ্ডৰ সম্পূৰ্ণ যাতায়ত ব্যৱস্থাটো ৷ ৰাইজে যাকেই বিশ্ৱাস কৰি জনপ্ৰতিনিধি পাতে তেৱেই নিৰ্বাচনৰ পিছত ৰাইজলৈ পিঠি দিয়ে ৷ গতিকে দোধোৰ মুধোৰত ৰাইজ ৷ উন্নয়ণৰ ফটাঢ়োল বজোৱাবিধায়িকা অজন্তা নেওগক কূটিল ৰাজনীতি পৰিহাৰ কৰি সচাঁ অৰ্থত

 উন্নয়ণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ ::::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA  ১৩ ছেপ্তেম্বৰ ২০২০


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...