Thursday, 6 August 2020

BREAKING NEWS

6 August, 2020উত্তৰপ্ৰদেশত উঠিল ভক্তৰ জোৱাৰ ৷ ৰামমন্দিৰ নিৰ্মাণৰ জল্পনা কল্পনা আইনীযুজৰ অন্তত বুধবাৰে আহিল শুভ ক্ষণটো অয্যোধ্যত ভগবান শ্ৰী ৰামচন্দ্ৰৰ মন্দীৰ নিৰ্মাণৰ বাবে বুধবাৰে সম্পন্ন হ’ল ভূমীপূজন ৷ দেশৰ কোটি কোটি ৰামভক্ত উচাহ আগবাঢ়িল ৷ বুধবাৰৰ এই ভূমীপূজনৰ শুভক্ষণতে গোলাঘাটৰ আকাশত দেখাগল সাতোৰঙী ৰামধেনু ৷ ইফালে বিয়লি ৰামভক্ত সকলে প্ৰভূৰামচন্দ্ৰ শ্ৰী চৰণত পূস্পাঞ্জলী নিবেদন কৰাৰ লগতে বন্তী প্ৰজ্বলন কৰে ৷ ৰামমন্দিৰ এই ভূমীপূজনৰ দিনটোত গোলাঘাটবাসী য়েও আনন্দত আত্মহাৰা হয় ৷ ::: গোলাঘাটৰ পৰা এই প্ৰতিবেদন আগবঢ়ালে প্ৰকাশ শৰ্মা লগতে মাধৱ গগৈ।

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...