Wednesday, 8 July 2020

8 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে অসমৰ মীনখণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ লক্ষ্যৰে যোৱাকালি গুৱাহাটীত মীন বিভাগৰ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে।



No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।