Wednesday, 8 July 2020
8 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে যোৱাকালি ভিডিঅ' কনফাৰেন্সযোগে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰিহণ দৈমাৰীৰ সৈতে যৌথভাৱে 'জল জীৱন মিছন, অসম'ৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে এই মিছনৰ অধীনত ৰাজ্যৰ ১৩.১৫ লাখ পৰিয়ালক টেপ সংযোগেৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...




No comments:
Post a Comment
Welcome Northeast News India