Wednesday, 8 July 2020
8 July, 2020 মঙলবাৰে জনতা ভৱনত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে মিলিত হয়। এই ঘটনাৰ তদন্ত কৰাৰ বাবে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব শ্ৰী গুৰু দত্ত লস্কৰক দায়িত্ব অৰ্পণ কৰাৰ লগতে জনতা ভৱন চৌহদত অগ্নি আৰু জৰুৰীকালীন সেৱা ব্যৱস্থাপনাৰ বাবে হাতত ল'ব লগা ব্যৱস্থাৱলী সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে। বৈঠকত অগ্নিকাণ্ডৰ দৰে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে জনতা ভৱন চৌহদত এটা ২৪x৭ নিয়ন্ত্ৰণ কক্ষ আৰু প্ৰতিটো ব্ল'কতে 'ছিংগল ছুইটচিং' ব্যৱস্থা সংস্থাপনৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...




No comments:
Post a Comment
Welcome Northeast News India